‘পুতলা ঘৰ’ চিনেমাখনৰ কিছু অজানা কথা
সত্তৰৰ দশকত অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল এজন দক্ষ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱে। ১৯৭১ চনত ‘অৰণ্য’ শীৰ্ষক চলচ্চিত্ৰৰ সফলতাৰ পিছত বাল্যবিবাহক বিষয় হিচাপে লৈ ১৯৭৬ চনত সমৰেন্দ্ৰ নাৰায়ণ দেৱে নিৰ্মাণ কৰিছিল ‘পুতলা ঘৰ’ । সত্তৰৰ দশকৰ জনপ্ৰিয় চিনেমা ‘পুতলা ঘৰ’। সোণালী শৈশৱৰ পখিলা খেদা বয়সত বিবাহপাশত আবদ্ধ হোৱা বেউলা নামৰ নাৰী চৰিত্ৰৰ কোমল মনৰ অনুভূতি…
